Assamese Alphabet | অসমীয়া বৰ্ণমালা
অসমীয়া বৰ্ণমালা (Assamese Alphabet) অসমীয়া ভাষাটো লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰ পৰা কুটিল, সিদ্ধমাতৃকা লিপি নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। প্ৰায় সোতৰ শতিকাত অসমীয়া লিপিৰ কাইথেলী, বামুণীয়া আৰু গড়গঞা এই তিনিটা শৈলী গঢ় লৈ উঠে। যিয়ে ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ লাভ …